জলা গাহৰি তৰকাৰী | Winter Special Spicy Pork Curry | Pork Recipe in Assamese I Assamese Recipes Pork

39 Comments

Leave a Reply
  1. আপোনাৰ Pork Recipesটো চালো কিন্ত মই যি ধৰনে ৰান্ধো সেইটোও try কৰি চাবচোন ৷ গাহৰি আধাকিলো ৷ অগতে আধাঘণ্টা মান boil কৰি লব ৷ boil হৈ গলে চালখন ভালকৈ চাফা কৰি দীঘল নোমবোৰ এখন এটাৰিৰ সহায়ত ওলিয়াই পেলাব ৷ তাৰ পাচত মাংস খিনি আধা ইনচি আকাৰৰ সৰু সৰু টোকোৰা কৰি লব ৷ পিয়াজ দুটা এটা কটা আনটো পিচি লোৱা ৷ নহৰু গুৰি চাৰি চামুচ মান ৷ মিট মছলা দুই চামুচ ৷ ৰং জলকীয়া এক চামুচ ৷ মিঠাতেল চাৰি চামুচ মান ৷ বিলাহি দুটা ৷ কেৰাহিত তেল দি পকিলে তাত তেজপাত চাৰিতামান ; মিহিকৈ কটা পিয়াজ দি দিব ৷ পিয়াজ খিনি সামান্য ৰঙচুৱা হলে কাটি থোৱা মাংস খিনি অলপ সময় ভাজিব ৷ তাৰ পাছত কাটিথোৱা আলুৰ ডাঙৰ টোকোৰাবোৰ দি আৰু অলপ সময় ভাজিব ৷ ভাজি থাকোতেই দুটামান কেচা জলকীয়া ফালি ফালি দি দিব ৷ভাজিখিনি কেৰাহিৰ তলিত লাগি ধৰাযেন অনুভৱ হলে ঘনকৈ লৰাব জুই সামান্য কমাই ৷ দেখিব এটা সময়ত গাহৰি মাংসৰ পৰা তেল ওলালে মাংসখিনি কেৰাহিত লাগি নধৰে ৷ সম্পূণ সিজি যোৱাৰ পাছত মাংস মাজভাগ খালি কৰি তাত বিলাহি খিনি একেবাৰে সৰু সৰু কৰি ভাজি লব ৷ গাহৰি মাংখৰ পৰা বৈ অহা তেলত ভজা বিলাহি খিনি এটা সময়ত মাংস খিনিৰ লগত ভালদৰে মিহলাই দিব ৷ কোনো কাৰণতে পানী তিলমানো নিদিব কিন্ত ৷ ঠিক নমোৱাৰ আগে আগে দুটামান ইলাচি গুচাই দিব আৰু এমুঠিমান ধনীয়াপাত কাটি দিব ৷ মাংসৰ গৰমতেই সিজি যাব ৷ এতিয়া জুইৰ পৰা নমাই কলপাতত ভগাই বাহৰ কাঠি বা টুথপিক দি খুচি খুচি খাব ৷ চামুচ বা হাতেৰে খোৱাতকৈ ইয়াত এটা বেলেগ আমেজ আছে ৷ বিলাহি শেষত দিয়া অৰ্থ হল আগতে দিলে মাংস খিনি ভালকৈ নিসিজিবও পাৰে কাৰণ টেঙা বস্তুৱে মাংস সিজাত বাধা জন্মায় ৷ পৰিলে try কৰি চাবচোন ৷

  2. Stunning video recording! Sitting here at Y&S FOOD! we really like to check out this form of contents. We make Travel & Food films too, across the globe, and also we are always looking to get inspirations and also approaches. Thank You.

  3. Mam…. Luv logai dile kin2 moi assam nai so gahori khai puwa nai 6years….. Aibar kin2 apunar video saie hunkale ghar jabo lom buli vabi loisu….vat khuwa 1hour hoisil he video2 sai vuk ako lagil… Aru jen video bonai anekuwa… Moi gharat goi apunar video sai sai nije bonam…. Thank you…

  4. Moi vabu je gahori eta jongolot thoka jontu nohoi kunu manuhor khaidiyo othoba mankhobuli hei karne moi kobo bisariso je mankho khabo jodi manukhuwa mankho khaok nohole enekuwa jongolor mankho khabo nelage kele gahorik moi jongolot he dekisu letera bostu khuwa dekisu hei karne koisu baki cooking apunar huwad ase thnks u

Leave a Reply

Your email address will not be published. Required fields are marked *