চুঙাত পুৰা গাহৰি I Smoked Pork Recipe I Bahor Sunga Gahori I Gahori Mankho Recipe I Pork Recipe

40 Comments

Leave a Reply
  1. Yummy! দুবাৰমান খাইছো, এজন কাৰ্বি লোকে আনিছিল। কি বাহ ল'ব লাগে গম নাপালোঁ। জলকীয়া দিব লাগেনে?

  2. বাইদেউ, বহুত বহুত ধন্যবাদ। আজি উৰুকাৰ নিশা আপোনাৰ ভিডিও তো চাইয়ে আমি বনাবো লৈচো ,বহুত কামত দিলে আপোনাৰ ভিডিও তোৱে ।শেষত আপোনালৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ ।

  3. বহুত ধুনীয়া হৈছে, বা মই আপোনাক চুঙাত পোৰা গাহৰি বনাবলৈ কৈছিলো, বা আপোনি মোৰ অনুৰোধ ৰখাৰ কাৰণে ধন্যবাদ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *